Page Nav

HIDE

Breaking News:

latest

assam govt job preparation important mcq

  প্ৰশ্ন: অসম: জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, আৰু কৃষি For PDF Click here ১৯ . জলবায়ুৰ বৈশিষ্টৰ ওপৰত ভিত্তি কৰি অসমৰ গোটেই বছৰটোক কেইটা...

 


প্ৰশ্ন: অসম: জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, আৰু কৃষি

For PDF Click here

১৯. জলবায়ুৰ বৈশিষ্টৰ ওপৰত ভিত্তি কৰি অসমৰ গোটেই বছৰটোক কেইটা ঋতুত ভাগ কৰা হৈছে??

)

)

)

)

২০. পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ বৰষুণ হোৱা ঠাই খনৰ নাম?

) চেৰাপুঞ্জী

) মৌচিনৰাম

) শ্বিলং

২১. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ঘাইকৈ অসমৰ কোন জিলাত অৱস্থিত??

) গোলাঘাট

) যোৰহাট

) মৰিগাঁও

) কামৰূপ

২২. ভাৰতবৰ্ষত চাহ উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান___?

)

)

)

)

২৩. বৰ্তমান অসমত মুঠ কেইখন অভয়াৰণ্য আছে?

) ১৬

) ১৭

) ১৮(দুখন প্রস্তাৱিত বন্যপ্রাণী অভয়াৰণ্য )

) ১৯

 

২৪. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত?

) হাতী

) এশিঙীয়া গড়

) বাঘ

) হৰিণ

২৫. এবছৰত এবাৰ কৈ নিজৰ পাত সলোৱা উদ্ভিদ বিদ হল

ক) পৰ্ণপাতী✅

খ) চিৰ সেউজীয়া

গ) তৃণভূমি

২৬. উদ্ভিদে এৰি দিয়া গেছ বিধৰ নাম?

ক) কাৰ্বন ডাই অক্সাইড

খ) অক্সিজেন✅

খ) নাইট্ৰজেন

২৭. মানাহ ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত?

ক) দৰং- ওদালগুৰি

খ) বাক্সা - চিৰাং ✅

গ) নগাঁও

ঘ) মৰিগাঁও- নগাঁও

 

 

No comments